by Invision Webtech | Apr 6, 2023 | Innovation
পোন্ধৰ বছৰ মান আগৰ কথা। তেতিয়া সমাজত মোবাইল ফোনৰ ব্যৱহাৰ অতি কম আছিল। আজিকালি যেনেকৈ স্মাৰ্টফোন সকলোৰে হাতে হাতে, তেতিয়ালৈ এই স্মাৰ্টফোনৰ ধাৰণাটো জনসাধাৰণৰ মাজলৈ অহা নাছিল। এতিয়া আমি স্মাৰ্টফোনৰ সহায়ত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কামবোৰ, যেনে ইমেইল মেছেজ পঠিওৱা, ফটো...