by admin | Feb 24, 2023 | Computer Science
বিংশ শতিকাৰ কম্পিউটাৰ বিজ্ঞানৰ চমকপ্ৰদ উন্নয়ন আৰু ইণ্টাৰনেটৰ বিস্ফোৰণে তথ্য-প্ৰযুক্তি (Information Technology) উদ্যোগত সমগ্র বিশ্বৰ বাবে মুকলি কৰিলে কৰ্ম সংস্থাপনৰ পথ । আমেৰিকান চৰকাৰৰ শ্ৰম বিভাগৰ (U.S. Bureau of Labor Statistics) মতে তথ্য-প্ৰযুক্তি উদ্যোগত ২০২০ চনলৈ...